Tumi Mathu Mur ft. RDRKSH Lyrics
- Genre:New Age
- Year of Release:2023
Lyrics
সপোন ৰঙৰ পৃথিৱীত তুমি মাথোঁ মোৰ
নৈৰ পাৰত বহি গোৱা মোৰ গানৰ সুৰ
সুগন্ধি ফুলৰ মালিনী জানো তুমি মোৰ
আবেগৰ শিমনাত জীপাল কৰাৰ বাসনাত।
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
নিশাৰ অনুৰোধত দিঠক হোৱাৰ ভাৱনাত
ধূসৰ হব খোজা জীয়া মৰম বোৰৰ স্বপ্নত
ধুমুহা হৈ নামি অহা যেন তুমি মাথোঁ মোৰ
তোমাৰ ঢৌ খেলা চকুলোৰ যৌৱনত কল্পনা মোৰ মাথোঁ মোৰ।
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ